Home ৰাজ্যডিফুত ৰাষ্ট্ৰসংঘৰ ইণ্ডিজেনাছ ফ’ৰামৰ এছিয়া প্ৰতিনিধিৰ সংবাদমেল

ডিফুত ৰাষ্ট্ৰসংঘৰ ইণ্ডিজেনাছ ফ’ৰামৰ এছিয়া প্ৰতিনিধিৰ সংবাদমেল

by News Desk
A+A-
Reset
ae9269e2-80fa-48ce-acea-88c46e7d0a9f

ডিফুঃ বৃহস্পতিবাৰে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ কাছা ষ্টেডিয়ামৰ সভাকক্ষত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া সকলৰ সমস্যা সমূহৰ স্থায়ী ফ’ৰামৰ এছিয়া প্ৰতিনিধিৰ উপস্থিতিত এক সংবাদ মেল অনুষ্ঠিত হৈ যায়৷ 

সংবাদ মেলত কাৰবি জনজাতিৰ লগতে জিলাখনত বসবাস কৰা খিলঞ্জীয়া সকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত পৰ্যালোচনা কৰা হয়৷ ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া সকলৰ এছিয়া প্ৰতিনিধি ফুলমন চৌধুৰীয়ে জিলাখনত সদ্য সামৰণি পৰা ৪৫ সংখ্যক কাৰবি যুৱ মহোৎসৱত দৰ্শন কৰিবলৈ অহাৰ লগতে জিলাখনৰ বিভিন্ন খিলঞ্জীয়া ৰাইজৰ অভাৱ-অভিযোগ, সমস্যা সমূহ শুনি-বুজি গুৰুত্ব সহকাৰে লৈ অহা এপ্ৰিল মাহৰ ২২ তাৰিখৰপৰা মে’ মাহৰ ৩ তাৰিখলৈ ৰাষ্ট্ৰ সংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া বিশ্ব খিলঞ্জীয়া সকলৰ স্থায়ী ফৰামৰ সন্মিলনত উত্থাপন কৰা হ’ব বুলি কয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0