51
ডিফুঃ দুদিনীয়া কাৰ্যসূচীলৈ ডিফু আমোলাপট্টিৰ সৎ-সঙ্গ বিহাৰ শ্ৰীশ্ৰী অনুকুল ঠাকুৰৰ জন্ম জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত যুগ পুৰুষোত্তম পৰম প্ৰেমময় শ্ৰীশ্ৰী অনুকুল ঠাকুৰৰ ১৩১ সংখ্যক জন্ম জয়ন্তী মহোৎসৱটি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়৷
কাৰ্যক্ৰমণিকা অনুসৰি ২ ফেব্ৰুৱাৰীত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ ৩ ফেব্ৰুৱাৰীত একাদিক্ৰমে, প্ৰাত:কালত মাংগলিক ও নহবত, ঊষা কীৰ্তন৷