127
ডিফুঃ কাৰ্বি আংলং জিলা মহিলা সমিতিয়ে ইয়াৰ গৌৰৱোজ্জ্বল পঞ্চাছ বছৰ অতিক্ৰমী সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰি আছে৷
যোৱা ৭, ৮, ৯ আৰু ১০ মাৰ্চৰপৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুস্থিত কাৰ্বি আংলং জিলা মহিলা সমিতিৰ মুখ্য কাৰ্যালয় উদযাপিত হৈ থকা সোণালী জয়ন্তী বৰ্ষৰ শনিবাৰে তৃতীয় দিন ৷