49
ডিফুঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত তিনিজনকৈ অজনজাতি লোকক মনোনিত সদস্য হিচাপে নিযুক্তি দিয়াক কেন্দ্ৰ কৰি গৰজি উঠিছে কাৰ্বি আংলঙৰ ২৪ টাতকৈও অধিক সংগঠনে ৷
আজি ডিফুস্থিত জিলা প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি সংগঠনসমূহৰ শীৰ্ষ নেতৃবৰ্গই ৰাজ্য চৰকাৰ আৰু কাৰ্বি পৰিষদৰ এনে সংবিধান বিৰোধী কাৰ্যৰ বাবে আচাৰ্য প্ৰকাশ কৰিছে ৷