ডিফু সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে’কক উষ্ম আদৰণি

Home ৰাজ্যডিফু সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে’কক উষ্ম আদৰণি

ডিফু সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে’কক উষ্ম আদৰণি

by News Desk
59 views
A+A-
Reset

খেৰণিঃ ডিফু সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে’ক উষ্ম আদৰণী পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ বিধানসভা সমষ্টিত৷ উৎফুল্লিত উৎসাহ-উদ্দীপনাৰে প্ৰথমে খেৰণি ফৰেষ্ট বজাৰত প্ৰাৰ্থীগৰাকীক আদৰণি জনালে সহস্ৰাধিক দলীয় নেতাকৰ্মীয়ে৷ 

বিশাল মটৰ চাইকেল, বাহন আদিৰ ৰে’লীৰে খেৰণি ফৰেষ্ট বজাৰৰপৰা বৈঠালাংছলৈ আদৰি অনা হৰেনছিং বে’ক খেৰণি, জেংখা, কলঙা, ডংকামোকাম, বৰথল আদি স্থানত উষ্ম আদৰণি জনাই সমষ্টিবাসীয়ে। আদৰণি অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক ডঃ মানছিং ৰংপি, কাৰ্যবাহী সদস্যসকল আৰু পৰিষদীয় সদস্যসকল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0