67
ছাইদুল ইছলাম, ডিফুঃ প্ৰত্যাশিতভাৱেই পদুমফুলৰ সুবাসেৰে মোডীময় হ’ল কাৰ্বি পাহাৰ ৷
৩ নং স্বায়ত্ত শাসিত জিলাৰ ডিফু লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হৰেণছিং বে’ৰ হাতত ধৰাশায়ী হ’ল পূৰ্বৰ কংগ্ৰেছৰ ৭ বাৰৰ অপৰাজেয় প্ৰাৰ্থী বীৰেণছিং ইংতি ৷