Home ৰাজ্যডিফুত ৰাজপথলৈ ওলাই আহিল মহিলা-যুৱতী, জেনিছা হত্যাকাৰীক ফাঁচী দিয়াৰ দাবী

ডিফুত ৰাজপথলৈ ওলাই আহিল মহিলা-যুৱতী, জেনিছা হত্যাকাৰীক ফাঁচী দিয়াৰ দাবী

by News Desk
74 views
A+A-
Reset

ডিফুঃ কাৰ্বি পাহাৰৰ ডিফুত শুকুৰবাৰে মহিলা-যুৱতীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ এগৰাকী কলেজীয়া ছাত্ৰীৰ মৃত্যুৰ তদন্ত তথা দোষীক উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰি কেইবাটাও সংগঠনৰ নেতৃত্বত যুৱতী-মহিলাই প্ৰশাসনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

যোৱা ২৩ এপ্ৰিলত ডিফুত এগৰাকী কলেজীয়া ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি যোৱা কেইবাটাও দিন ধৰি কাৰ্বি পাহাৰ উত্তাল হৈ আছে৷ তাৰ মাজতে শুকুৰবাৰে আছু, কেএছএ, কেএনচিএ, কেএডব্লিউজেএ, এছৱাইচি, এছৱাইজে, ডিজিচিএছইউএছ, এইছএছডিচি, এইছপিৱাইএ, আইছা, আইপোৱা, এজেৱাইচিপি, কুইয়া কেএনএ আৰু কেআৰএইৰ প্ৰায় দুই শতাধিক নেতা-কৰ্মীয়ে ডিফু চহৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0