Home ৰাজ্যকাৰ্বি আংলঙৰ নগৰ সমিতিৰ নিৰ্বাচনৰ দিন ঘোষণা

কাৰ্বি আংলঙৰ নগৰ সমিতিৰ নিৰ্বাচনৰ দিন ঘোষণা

by News Desk
A+A-
Reset
nno

ডিফুঃ বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত ঘোষণা কৰা হ’ল কাৰ্বি আংলং জিলাৰ ৯ খন নগৰ সমিতিৰ নিৰ্বাচনৰ দিন৷ পূব আৰু পশ্চিম কাৰ্বি আংলঙৰ ডিফু, বোকাজান, বকলিয়া, লাংহিন, ডকমকা, হাওৰাঘাট, ডংকামোকাম, হামৰেণ আৰু বৈঠালাংচ’ৰ বাবে অনুষ্ঠিত হবলগীয়া নগৰ সমূহৰ নিৰ্বাচনৰ দিন কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰপৰা ঘোষণা কৰা হৈছে৷

কাৰ্বি স্বায়ত্ত পৰিষদৰ এক অধিসূচনা যোগে এই জাননী জাৰি কৰাৰ পাছতে সংবাদ মাধ্যমত জানিব দিয়া অনুসৰি, ২০১৮ বৰ্ষৰ ১৭ ডিচেম্বৰত নিৰ্বাচনৰ সূচী প্ৰকাশ, ১৮ ডিচেম্বৰত সংশ্লিষ্ট নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়াসকলৰদ্বাৰা নিৰ্বাচনৰ তাৰিখৰ জাননী দিয়া, ২৮ ডিচেম্বৰত মনোনয়ন-পত্ৰ পূৰণৰ শেষ তাৰিখ, ২৯ ডিচেম্বৰত মনোনয়ণ-পত্ৰ পৰীক্ষণ, ৩১ ডিচেম্বৰত মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ, প্ৰাৰ্থীসকলৰ প্ৰতীক-চিহ্ন প্ৰদান, প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ অন্তিম তাৰিখ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0