Home ৰাজ্যপাহাৰীয়া জিলাৰ খেৰণিত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ ৰন্ধন গেছ বিতৰণ

পাহাৰীয়া জিলাৰ খেৰণিত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ ৰন্ধন গেছ বিতৰণ

by News Desk
60 views
A+A-
Reset

খেৰণিঃ কাৰ্বি আংলং জিলাৰ খেৰণিত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰা হয়৷ সোমবাৰে বৃহত্তৰ খেৰণি অঞ্চলত বসবাস কৰা দৰিদ্ৰ হিতাধিকাৰীৰ মাজত পশ্চিম কাৰ্বি আংলঙত  দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰা দৰিদ্ৰ পৰিয়ালসমুহক খেৰণিস্থিত ডেৰা ইনডেন গ্ৰামীন বিতৰকে বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰে৷

খেৰণি মাটিখোলাৰ চৰকাৰী গাঁওবুঢ়া অজিত মাৰাকৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পশ্চিম কাৰ্বি আংলঙৰ খাদ্য আৰু যোগান বিভাগৰ অতিৰিক্ত সঞ্চালক পি কে দাস, কাৰ্বি পৰিষদীয় কপিলি সমষ্টিৰ গাঁও উন্নয়ণ সমিতিৰ প্ৰাক্তন অধ্যক্ষ ক্লেনদুন টেৰন, বিশিষ্ট সমাজ সেৱক বাবুচনা বৰবৰা, ৰামছিং তিমুং, ধনীৰাম ইংতি, অৱসৰপ্ৰাপ্ত শিক্ষক হিৰেন চন্দ্ৰ নাথ, সনত কুমাৰ বৰুৱা সহ অৰ্ধশতাধিক মহিলা হিতাধিকাৰী উপস্থিত থাকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0