60
ডিজিটেল ডেস্কঃ ডিজিটেল ভাৰতৰ প্ৰভাৱ যেন সকলো ক্ষেত্ৰতে বিৰাজমান৷ আনকি মানুহৰ সম্পৰ্ককো এৰি দিয়া নাই ছ’চিয়েল মিডিয়াই৷ এইবাৰ আইন ব্যৱস্থাতো অনুপ্ৰৱেশ ঘটিল ডিজিটেল মিডিয়াৰ৷
স্কাইপৰ জৰিয়তে বিবাহ বিচ্ছেদৰ এনে এক নাভুত নাশ্ৰুত ঘটনাই ঘটিল এইখন দেশতে৷ বিবাহ বিচ্ছেদ গোচৰৰ শুনানীৰ বাবে স্বামী চিংগাপুৰৰ পৰা ভাৰতলৈ আহিছিল যদিও কামৰ তাগিদাত লণ্ডনৰ পৰা আহিব পৰা নাছিল পত্নী৷