Home দেশনিজ ক্লিনিকত নিচাযুক্ত দ্ৰব্য সেৱন কৰাই যুৱতীক ধৰ্ষণ চিকিৎসকৰ, জালত পৰিল চিকিৎসক

নিজ ক্লিনিকত নিচাযুক্ত দ্ৰব্য সেৱন কৰাই যুৱতীক ধৰ্ষণ চিকিৎসকৰ, জালত পৰিল চিকিৎসক

by News Desk
51 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ অৱশেষত জালত পৰিল ধৰ্ষণৰ অভিযুক্ত চিকিৎসক৷ গুজৰাটৰ ভদোদৰাত নদেচাৰি এলেকাৰ অংগদ নামৰ গাঁৱত এগৰাকী ৰোগীক নিজৰ ক্লিনিকত নিচাযুক্ত দ্ৰব্য সেৱন কৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল এগৰাকী চিকিৎসকৰ বিৰুদ্ধে৷ 

প্ৰতীক যোশী নামৰ চিকিৎসকগৰাকীয়ে ঘটনাৰ সংঘটিত হোৱাৰ পিছৰে পৰা পলায়ন কৰি আছিল৷ শনিবাৰে একেটা এলেকাৰে পঞ্চম মহল নামৰ ঠাইৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চিকিৎসকগৰাকীক৷ যোৱা ১১ জুনত ধৰ্ষণৰ অভিযোগত এজাহাৰ দাখিল কৰিছিল নিৰ্যাতিতাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0