Home ৰাজ্যদধিয়াত বানত আৱদ্ধ ১২০৬টা পৰিয়াল, খাদ্য বিচাৰি হাহাকাৰ

দধিয়াত বানত আৱদ্ধ ১২০৬টা পৰিয়াল, খাদ্য বিচাৰি হাহাকাৰ

by News Desk
56 views
A+A-
Reset

newsnextone.com | চাবুৱাঃ ডিব্ৰুগড় জিলাৰ দধিয়াত কেইবা শ লোক বানৰ কৱলত পৰি হাহাকাৰ কৰিব লগা হৈছে৷ ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ বাঢ়নী পানীয়ে ঘৰ-দুৱাৰ ডুবাই পেলোৱাৰ লগতে ৰাস্তা-ঘাট সকলো ডুব গৈছে৷ যোৱা দুদিন ধৰি বানত আৱদ্ধ হৈ পৰিছে প্ৰায় ১২০৬টা পৰিয়াল৷ 

ব্ৰহ্মপুত্ৰ পানীয়ে বুৰাই পেলাইছে গাঁও চাৰিখন৷ শিশু, বৃদ্ধৰ লগতে পুৰুষ-মহিলাই ব্যাপক বিপদত পৰা পৰিলক্ষিত হৈছে৷ নেৰেনেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ, ডিব্ৰু নৈৰ বাঢ়নী পানীয়ে ডুবাই পেলাইছে চাৰিখনকৈ গাঁও৷ ১২০৬টা পৰিয়ালত খাদ্য সংকট পৰৰা ফলত প্ৰশাসনৰ পৰা সাহায্য বিচাৰি আবেদন জনাব লগা হৈছে৷ প্ৰশাসনে খাৰ নোলোৱাৰ ফলত অনাহাৰে পাৰ কৰিছে বানক্ৰান্তই৷ বানপানী সাহায্য বিচাৰি চৰকাৰ ডিব্ৰুগড় প্ৰশাসনক কাতৰ আহ্বান জনাব লগা হৈছে ৰাইজে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0