67
newsnextone.com | কোকৰাঝাৰঃ গৌৰৱজ্জ্বল ২৫ বছৰ ধৰি শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি অহা কোকৰাঝাৰৰ ডনবস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে শনিবাৰে ৰূপালী জয়ন্তী সমাৰোহ জাকজমতাৰে পালন কৰে।
