54
দুজন মানুহ মুখামুখি হ’ব, সমগ্ৰ বিশ্বৰ বাবে এয়া ডাঙৰ খবৰ
ডিজিটেল ডেস্কঃ দুয়োজন মানুহে মুখামুখি হ’ব৷ সেয়া আজি সমগ্ৰ বিশ্বৰ বাবে খবৰ৷ দুয়োজন মানুহে যে মুখামুখি হ’ব সেয়া সঁচা৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে মুখামুখি হ’ব৷