শ্বিলঙত নে’ছৰ হৈ চেমুৱাল জেৰুৱা-ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই দিলে সাক্ষ্য

Home ৰাজ্যশ্বিলঙত নে’ছৰ হৈ চেমুৱাল জেৰুৱা-ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই দিলে সাক্ষ্য

শ্বিলঙত নে’ছৰ হৈ চেমুৱাল জেৰুৱা-ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই দিলে সাক্ষ্য

by News Desk
59 views
A+A-
Reset

newsnextone.com | শ্বিলংঃ যুটীয়া সংসদীয় সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ কনভেনচন চেণ্টাৰত বৃহস্পতিবাৰে দিনৰ প্ৰায় ৩ বজাৰ পৰা অনুষ্ঠিত কৰে শুনানি৷ ৰাজ্যৰ খনৰ নগণ্য সংখ্যক দল-সংগঠনে শুনানিত অংশ লয়৷ মেঘালয় চৰকাৰে ইতিমধ্যে সংশোধনী বিধেয়কক নাকচ কৰি মত পোষণ কৰিছে৷ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ কেবিনেটে ইতিমধ্যে কেবিনেট সিদ্ধান্ত লৈ এই সংশোধনী বিধেয়কক নাকচ কৰিছে৷ শুনানিত মাথো ১০ সংগঠনে অংশ লয়৷

উল্লেখ্য যে, ৭ মে’ত গুৱাহাটী মহানগৰীৰ খানাপাৰত, ৮-৯ মে’ত শিলচৰত শুনানি অনুষ্ঠিত কৰাৰ লগতে ১০-১১ মে’ত শ্বিলংত যুটীয়া সংসদীয় সমিতিয়ে শুনানি অনুষ্ঠিত কৰিব৷ ৮ আৰু ৯ মে’ত অসমৰ বৰাক উপত্যকাৰ শিলচৰত শুনানি গ্ৰহণ কৰে যুটীয়া সংসদীয় সমিতিয়ে। বৰাক উপত্যকাৰ শিলচৰৰ এনআইটিত যুটীয়া সংসদীয় সমিতিয়ে শুনানি গ্ৰহণ কৰি বুধবাৰে নিশা গুৱাহাটীলৈ আহে৷ ৮ আৰু ৯ মে’ত কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ জিলাৰ দল-সংগঠন আৰু ব্যক্তি বিশেষ সাক্ষ্য গ্ৰহণ কৰি বৃহস্পতিবাৰে চুবুৰীয়া ৰাজ্য মেঘালয়ত উপস্থিত হৈ যুটীয়া সংসদীয় সমিতিয়ে শুনানি গ্ৰহণ কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0