Home ৰাজ্যভিত্তিবৰ্ষ ১৯৭১! উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত ৰায়দান সন্দৰ্ভত কি ক’লে ড০ হীৰেন গোহাঁইয়ে?

ভিত্তিবৰ্ষ ১৯৭১! উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত ৰায়দান সন্দৰ্ভত কি ক’লে ড০ হীৰেন গোহাঁইয়ে?

by News Desk
A+A-
Reset
hiren-gohain-nno

দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই অৱশেষত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে আজি ভিত্তিবৰ্ষ ১৯৫১ নে ১৯৭১ হোৱা উচিত সেই সম্পৰ্কে চূড়ান্ত ৰায় প্ৰদান কৰে। এই ৰায়দানৰ পিছতে সংবাদ মাধ্যমৰ আগত অসমৰ বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱি ড০ হীৰেন গোহাঁইয়ে নিজৰ মত দাঙি ধৰে। NNOৰ পঢ়ুৱৈসকলৰ বাবে সেই মন্তব্যৰ লিখিত ৰূপ আগবঢ়োৱা হ’ল।

বহু শুভবুদ্ধি সম্পন্ন অসমীয়া মানুহৰ দৰেই মই এই ৰায়দানত অত্যন্ত সুখী হৈছো৷ ডাঙৰ সকাহ অনুভৱ কৰিছো৷ গোটেই অসমখন এতিয়া নানাধৰণৰ বিভেদ আৰু সংঘাতত জৰ্জৰিত৷ বিভিন্ন সম্প্ৰদায়, ধৰ্ম, জনগোষ্ঠীৰ মাজত বিভেদ বাঢ়িছে৷ শাসক শ্ৰেণীয়ে সুবিধা বুজি এইবোৰত সাৰ-পানী দি আছে৷ গতিকে আমাৰ কি হৈছে, শাসক শ্ৰেণীয়ে অসমত কি কৰি আছে আমি ধৰিব নোৱাৰা হৈছো৷ তেওঁলোকৰ কিছুমান কাম-কাজে যে ভীষণ ক্ষতি কৰিছে, অসমবাসীৰ সুৰক্ষিত ভৱিষ্যত বিপদগ্ৰস্ত কৰিছে এই সম্পৰ্কত কোনো সন্দেহ নাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0