Home ৰাজ্যনাট সমাৰোহত এনাজৰী উন্মোচন, ‘মোৰ ঘৰ ক’ত’, ‘ক’লা আইনা’ মঞ্চস্থ

নাট সমাৰোহত এনাজৰী উন্মোচন, ‘মোৰ ঘৰ ক’ত’, ‘ক’লা আইনা’ মঞ্চস্থ

by News Desk
78 views
A+A-
Reset

নলবাৰীঃ নলবাৰী চহৰৰ ঐতিহ্যমণ্ডিত নলবাৰী নাট্য মন্দিৰত চলি থকা নাট সমাৰোহত মঙলবাৰে গোৰেশ্বৰৰ ‘চিফুং দ্যা আৰ্টিষ্টে’ প্ৰণৱ কুমাৰ বৰ্মনৰ ৰচনা আৰু পৰী শৰণীয়াই পৰিচালনা কৰা ‘মোৰ ঘৰ ক’ত’ আৰু বৰপেটাৰ পোহৰে নৰেন পাটগিৰিৰ ৰচনা আৰু নিতুল পাটোৱাৰীৰ পৰিচালনাৰে ‘ক’লা আইনা’ নামক নাট দুখন মঞ্চস্থ কৰে।

‘একতাৰ এনাজৰী’ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হৈ থকা নাট সমাৰোহত দ্বিতীয় দিনা এই দুখন নাট মঞ্চস্থ কৰা হয়। এদিন পূৰ্বে মনোজ শৰ্মাৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৃতি গ্ৰন্থ ‘এনাজৰী’ উন্মোচন কৰে ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ ৰাজ্যিক উপ সভাপতি কিশোৰ দাসে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0