58
গোলকগঞ্জঃ গো ৰক্ষাৰ নামত সাধাৰণ লোকক আক্ৰমণ কৰি হত্যা কৰাৰ সময়তে গাওঁৰক্ষী বাহিনীয়ে জব্দ কৰা গৰু আৰক্ষীয়ে এৰি দিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
ধুবুৰী জিলাৰ তামাৰহাটৰ মৰাগদাধৰ চৰ গাঁৱত শুকুৰবাৰে নিশা গাওঁৰক্ষী বাহিনীয়ে বহিঃ ৰাজ্যৰ পৰা অনা ১১টা গৰু জব্দ কৰে।