50
নগাঁৱঃ নগাঁৱত এতিয়াও অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা৷ নগাঁও আৰক্ষীৰ চকুৰ সন্মুখতে এক দুষ্ট চক্ৰই চলাই আহিছে এই বেহা৷
ড্ৰাগছৰ ঘাটি নিৰ্মূলত ব্যৰ্থতা প্ৰদৰ্শন কৰা আৰক্ষীক উপহাস কৰি এইবাৰ নগাঁও চহৰৰ দাঁতিকাষৰীয়া বৰভেটি অঞ্চলত একাংশ মহিলাই উচ্ছেদ কৰিলে এটা ড্ৰাগছৰ ঘাটি৷ লগতে জ্বলাই দিলে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ৷