41
কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাই আজি বিয়লি টাউনখনৰ মাজমজিয়াৰ পৰা ভাৰ্গৱ ডেকা নামৰ এজন যুৱকক নিজ গৃহৰ পৰা প্ৰায় ১০০ গ্ৰাম ড্ৰাগছৰ সৈতে আটক কৰিবলৈ সক্ষম হয়।
কাকপথাৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক বিকাশজ্যোতি ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ড্ৰাগছ সৰবৰাহকাৰীসহ প্ৰায় ডেৰ লক্ষাধিক টকা মূল্যৰ ড্ৰাগছখিনি জব্দ কৰে।