56
দুলীয়াজানঃ সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান আঞ্চলিক সমিতিয়ে বুধবাৰে পুৱাৰে পৰা চকা বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে।
সংগঠনটোৱে দীৰ্ঘদিন ধৰিড় প্ৰদূষণ নিয়ন্ত্ৰণ, বাঁট-পথৰ উন্নয়ন, বিশুদ্ধ খোৱাপানী যোগান, থলুৱাক নিযুক্তি দিয়াৰ দাবীত প্ৰতিবাদ কৰি অহাৰ পিছতো অইল ইণ্ডিয়াই গুৰুত্ব প্ৰদান নকৰাত বুধবাৰৰ পুৱাৰে পৰা ৩৬ ঘণ্টীয়া চকাবন্ধ কাৰ্যসূচী ঘোষণা কৰে।