42
দুলীয়াজানঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত হোৱা ব্যাপক কেলেংকাৰীৰ প্ৰতিবাদত শনিবাৰে দুলীয়াজানত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ প্ৰতিকৃতি দাহ কৰে।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ছাত্ৰ সংগঠনটোয়ে নিযুক্তিৰ ক্ষেত্ৰত শাসকীয় বি জে পিৰ নেতা-পালি নেতাৰ বহুতো আত্মীয়ই অবৈধভাৱে নিযুক্তি লাভ কৰে বুলি অভিযোগ উঠিছে।