মটক সংগঠনৰ অৰ্থনৈতিক অৱৰোধৰ ব্যাপক প্ৰভাব, স্তব্ধ চাবুৱা-লাহোৱাল

Home ৰাজ্যমটক সংগঠনৰ অৰ্থনৈতিক অৱৰোধৰ ব্যাপক প্ৰভাব, স্তব্ধ চাবুৱা-লাহোৱাল

মটক সংগঠনৰ অৰ্থনৈতিক অৱৰোধৰ ব্যাপক প্ৰভাব, স্তব্ধ চাবুৱা-লাহোৱাল

by News Desk
60 views
A+A-
Reset

ডিব্ৰুগড়ঃ কালিৰেপৰা আৰম্ভ হোৱা অৰ্থনৈতিক অৱৰোধৰ ফলত বিপাঙত পৰিছে সমগ্ৰ উজনি অসমৰ লগতে চাবুৱা-লাহোৱালবাসী ৰাইজো ৷ উল্লেখযোগ্য যে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ,নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলকে প্ৰমুখ্যে কৰি বিভিন্ন দাবীৰ সমৰ্থনত মটক জনগোষ্ঠীৰ পাঁচোটাকৈ সংগঠনে তীব্ৰ প্ৰতিবাদ কৰি অহাৰ লগতে কালিৰে পৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী হাতত লৈছে ৷ ফলত আবদ্ধ হৈ পৰিছে শ শ ট্ৰাক ৷ সামগ্ৰীৰ যোগানত আহি পৰিছে প্ৰতিবন্ধকতা ৷ ব্যৱসায়ী,কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীকে আদি কৰি বিপাঙত পৰিছে সকলো ৰাইজ ৷

পে’ট্ৰল-ডিজেলৰ দৰে নিত্যব্যৱহাৰ্য্য পণ্যজাত সামগ্ৰীৰ তীব্ৰ নাটনিত ভূগিছে সমগ্ৰ চাবুৱা-লাহোৱাল৷ স্বাভাৱিকতে দিকবিদিকি হেৰুৱাইছে সাধাৰণ খাটিখোৱা ৰাইজে ৷ শেহতীয়াকৈ পোৱা খবৰ অনুসৰি এই অৱৰোধক লৈ তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0