46
ডিজিটেল ডেস্কঃ অগাষ্টা ৱেষ্টলেণ্ড কেলেংকাৰীক লৈ পুনৰ আৰম্ভ হৈছে লৰা-ঢপৰা। এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত সোমবাৰে গ্ৰেপ্তাৰ হয় এগৰাকী ৰহস্যময়ী মহিলা।
ইউ পি এ চৰকাৰৰ শাসনকালত সংঘটিত কেবা হাজাৰ কোটি টকাৰ এই ভিভিআইপি হেলিকপ্টাৰ ক্ৰয় কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা এই ৰহস্যময়ী মহিলাগৰাকী হৈছে শিৱানী ছাক্সেনা।