Home ৰাজ্যআমাক এজন লাচিত লাগে কিয়?

আমাক এজন লাচিত লাগে কিয়?

by News Desk
90 views
A+A-
Reset

হেমন্ত ফুকন

অখণ্ড ভাৰতত মোগলক পৰাজিত কৰা একমাত্ৰ অসমীয়া বীৰ লাচিত বৰফুকনক ৩৪৭ বছৰ পাছতো অসমীয়াই বিচাৰিছে কিয়? বীৰ লাচিত যুদ্ধ নিপুণতা, দেশপ্ৰম, দায়িত্ববোধ, আত্মসন্মানবোধ, সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতাৰ এক উজ্বল জ্যোতিষ্ক। অম্বৰৰ ৰজা তথা মোগলৰ সেনাপতি ৰামসিংহই অসম দখল কৰিবৰ নিমিত্তে গুৱাহাটীৰ কাষত কোঠ বান্ধি চাৰি বছৰ সুযোগৰ অপেক্ষাত আছিল। এই সময়ত মোগলে অসমীয়া সেনাক হাত কৰিবৰ বাবে ভিন্ন কূট-কৌশল অৱলম্বন কৰিছিল। পালি সেনাপতিসকলক হাত কৰিবৰ বাবে উপঢৌকন পৰ্যন্ত আগবঢ়াইছিল মোগল সেনাই। কিন্তু সেনানায়ক বীৰ লাচিতৰ সুনিপুণ নেতৃত্বৰ বাবে কোনো এজন অসমীয়াই মোগলৰ এই জালত ভৰি দিয়া নাছিল। মন কৰিবলগীয়া যে মোগলৰ দেশ জয়ৰ প্ৰথম কৌশলটোৱেই হ’ল শত্ৰুপক্ষৰ একাংশ বিষয়াক হাত কৰি লৈ যোদ্ধ ঘোষণা কৰি ঘৰ বিভীষণবোৰৰ সহায়ত দেশখন জয় কৰা। কিন্তু অসমত লাচিত বৰফুকনৰ বিচক্ষণ নেতৃত্বৰ বাবে মোগলৰ এই কৌশল বিফল হৈছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0