সম্পাদকীয়ঃঃ অসমক ভয়াৱহ পৰিস্থিতিৰপৰা ৰক্ষা কৰা সকলোৰে দায়িত্ব

Home ৰাজ্যসম্পাদকীয়ঃঃ অসমক ভয়াৱহ পৰিস্থিতিৰপৰা ৰক্ষা কৰা সকলোৰে দায়িত্ব

সম্পাদকীয়ঃঃ অসমক ভয়াৱহ পৰিস্থিতিৰপৰা ৰক্ষা কৰা সকলোৰে দায়িত্ব

by News Desk
51 views
A+A-
Reset

অসম এতিয়া আগ্নেয়গিৰিৰ ওপৰত বহি আছে। ইতিমধ্যে দুই-এচমকা ধোঁৱা-জুই বাহিৰ হৈছেই। সামান্য এটা বাহ্যিক স্ফুলিংগই সমগ্ৰ পৰিস্থতি নিয়ন্ত্ৰণহীন কৰিব পাৰে। অসমে কেতিয়াও অশান্তি নিবিচাৰে। ইয়াৰ চৰিত্ৰগত বৈশিষ্টই হ’ল উদাৰতা। নিজ বুকুত সকলোকে আদৰি লয়। হাজাৰ বছৰীয়া ইতিহাসে ইয়াকে কয়।

কিন্তু ৰাজনৈতিক পাকচক্ৰত পৰি এতিয়া যেন সাময়িকভাৱে অসমৰাসীয়ে দিকবিদিক হেৰুৱাইছে৷ উদাৰ অসমীয়াই এই মুলুকলৈ প্ৰব্ৰজিত হোৱা সকলোকে আঁকোৱালি লৈছে৷ কিন্তু কিমান দূৰলৈ? পূৰ্ব বংগৰপৰা অসমলৈ অহা প্ৰব্ৰজনৰ প্ৰতিবাদ ১৯১৫ চনতে মাণিক চন্দ্ৰ বৰুৱাই সজোৰে কৰিছিল৷ বিপ্লৱী কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে অসমীয়া ভাষাগত জাতীয়তাবাদৰ তাড়নাত বাংলাভাষী আৰু উত্তৰ ভাৰতৰপৰা হোৱা প্ৰব্ৰজনৰ বিৰুদ্ধ অসমীয়াক সাৱধান কৰি দিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0