Home ৰাজ্যকাকতিগাঁও আঞ্চলিক আমছুৰ শিক্ষা সজাগতা যাত্ৰা

কাকতিগাঁও আঞ্চলিক আমছুৰ শিক্ষা সজাগতা যাত্ৰা

by News Desk
78 views
A+A-
Reset

বাহকাবাৰী:নগাঁও জিলাৰ ৰহা সমষ্টিৰ বগলাজান পঞ্চায়তৰ কাকতিগাঁও অঞ্চলত আমছুৱে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ পৰিবেশণ পৰ্যবেক্ষণ কৰে। ৪-২৯ মে’লৈ শিক্ষাৰ পৰিবেশ পৰ্যবেক্ষণ কৰাত আমছুৱে বিদ্যালয় সমূহত সমস্যাৰ মাজত ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব লগা হোৱাটো প্ৰত্যক্ষ কৰে৷

তেওঁলোকৰ প্ৰতিবেদন অনুসৰি বিদ্যালয় সমুহত শিক্ষকৰ অভাৱ প্ৰত্যক্ষ কৰে৷ উদাহৰণ স্বৰূপে কাকতিগাঁও প্ৰাথমিক বিদ্যালয়ত ৬ গৰাকী শিক্ষকে ৩৯০ গৰাকী ছাত্ৰ-ছাত্ৰীক পঢ়ায়, পশ্চিম কাকতিগাঁও নিউ এল পি স্কুলত ৬ জন শিক্ষকৰ বিপৰীতে ২৯২ গৰাকী ছাত্ৰ-ছাত্ৰী, আলিপাৰ প্ৰাথমিক বিদ্যালয়ত ৩ জন শিক্ষকৰ বিপৰীতে ১৩০ গৰাক ছাত্ৰ-ছাত্ৰী, পদুমনী প্ৰাথমিক বিদ্যালয়ত ২ জন শিক্ষকৰ বিপৰীতে ১৭৩ গৰাকী ছাত্ৰ-ছাত্ৰী, ধনঞ্জয় ডোবা প্ৰাথমিক বিদ্যালয়ত ৪ জন শিক্ষকৰ বিপৰীতে ১৮৪ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ডাবলু বিল প্ৰাথমিক বিদ্যালয়ত ৩ জন শিক্ষকে ২১৩ গৰাকী ছাত্ৰ-ছাত্ৰীক পঢ়াব লগা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0