Home বিশ্বছেপ্টেম্বৰ পৰ্যন্ত বন্ধ থাকিব পাৰে স্কুল-কলেজ! প্ৰধানমন্ত্ৰী হাছিনাৰ নতুন ঘোষণা

ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ থাকিব পাৰে স্কুল-কলেজ! প্ৰধানমন্ত্ৰী হাছিনাৰ নতুন ঘোষণা

by News Desk
A+A-
Reset
education-corona

ঢাকাঃ কৰ’নাক লৈ সমগ্ৰ বিশ্বতে দেখা গৈছে আতংকময় পৰিৱেশ। এনে পৰিপ্ৰেক্ষিতত এইখন দেশত অহা ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ থাকিব পাৰে বিদ্যালয়-মহাবিদ্যালয় তথা সকলোধৰণৰ শিক্ষানুষ্ঠানসমূহ। সোমবাৰে কৰ’নাক লৈ উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংযোগে অনুষ্ঠিত বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে।

বৈঠকত তেওঁ কয় যে পৰিস্থিতি স্বাভাৱিক নহ’লে শিক্ষানুষ্ঠানসমূহ অহা ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ ৰাখিবলগীয়া হ’ব পাৰে। তেওঁ কয়, ‘স্কুল-কলেজ তথা দেশৰ সকলো শিক্ষানুষ্ঠানৰ এখনো খোলা থাকিব নোৱাৰিব। অন্তত ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ ৰাখিবলগীয়া হ’ব। আমি অনলাইন শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। ভাইৰাছৰ প্ৰকোপ কমিলেহে স্কুল-কলেজ খুলিব পৰা যাব। কাৰণ ছাত্ৰ-ছাত্ৰীয়েই হৈছে দেশৰ ভৱিষ্যত। আমি তেওঁলোকক সুৰক্ষা দিবই লাগিব।’

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0