Home ৰাজ্যকাকপথাৰত ইছলামধৰ্মীয়ে আদায় কৰিলে ঈদৰ নামাজ

কাকপথাৰত ইছলামধৰ্মীয়ে আদায় কৰিলে ঈদৰ নামাজ

by News Desk
66 views
A+A-
Reset

newsnextone.com | কাকপথাৰঃ সমগ্ৰ বিশ্বৰ লগতে তিনিচুকীয়া জিলাৰ কাকপথাৰত ইছলাম ধৰ্মাৱলম্বী লোকসকলে শনিবাৰে পবিত্ৰ ঈদ-উল-ফিৎৰ পালন কৰে। ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰবিত্ৰ উৎসৱ ঈদ-ঊল-ফিতৰৰ পুৱাই নামাজ আদায় কৰে৷

ধৈৰ্য, ত্যাগ-সংযমেৰে ৩০টা ৰোজা সমাপ্ত কৰাৰ অন্তত শনিবাৰে ঈদ পালন কৰে ইছলামধৰ্মীসকলে৷ কাকপথাৰতো কাকপথাৰ মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত মছজিদ প্ৰাংগনত ঈদৰ নমাজ আদায় কৰে ৰাইজে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0