Home ৰাজ্যকাৰ্বি আংলঙৰ ঈদগাহত অভিজিৎ-নীলোৎপল বাবে দোৱা ইছলামধৰ্মীৰ, উলহ-মালহেৰে ঈদ পালন

কাৰ্বি আংলঙৰ ঈদগাহত অভিজিৎ-নীলোৎপল বাবে দোৱা ইছলামধৰ্মীৰ, উলহ-মালহেৰে ঈদ পালন

by News Desk
59 views
A+A-
Reset

newsnextone.com | ডিফুঃ সমগ্ৰ দেশৰ লগত কাৰ্বি আংলং জিলতো বিভিন্ন ঠাইত শনিবাৰে পবিত্ৰ ঈদৰ নামজ আদায় কৰে ৰাইজে৷ জিলা খনৰ সদৰ চহৰ ডিফুতকে ধৰি কেইবাঠাইত ইছলামধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ ঊল ফিতৰ উলহ-মালহেৰে পালন কৰে৷ এমাহযোৰা সংযম আৰু ধৈৰ্যৰে ৰমজানৰ ৰোজা পালন কৰাৰ পিছত পবিত্ৰ ঈদ ঊল ফিতৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকল যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়৷ 

ডিফু মছজিদত সমবেত হোৱা প্ৰায় ৩০০০ ভক্তপ্ৰাণ লোকৰ উপস্থিতিত পুৱা ৮ বাজি ৫০ মিনিটত ইমাম মৌলানা আলহাজ গিয়াছ উদ্দিন কাছিমিয়ে ঈদ ঊল ফিতৰৰ ২ ৰাকাত ৱাজিব নামাজ সম্পণ্ণ কৰে৷ নামাজৰ শেষত মৌলানা গিয়াছ উদ্দিন কাছিমিয়ে ৰোজা পালনকাৰীসকলৰ ৰোজা আৰু প্ৰাৰ্থনা নেদেখা জনে গ্ৰহণ কৰাৰ লগতে সমগ্ৰ বিশ্বৰ আৰু কাৰ্বি আংলঙত শান্তি-ভাতৃত্ববোধ আৰু মৈত্ৰীপূৰ্ণ পৰিবেশ গঢ়ি উঠাৰ বাবে প্ৰাৰ্থনা কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0