54
নতুন দিল্লীঃ দেশৰ সাধাৰণ নিৰ্বাচন অহা ১১ এপ্ৰিলৰপৰা সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব আৰু ফলাফল ২৩ মে’ত ঘোষণা কৰা হ’ব৷ নিৰ্বাচন আয়োগে এই কথা দেওবাৰে প্ৰকাশ কৰে৷
অসমত এপ্ৰিলৰ ১১, ১৮ আৰু ২৩ তাৰিখে তিনিটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ ১১ এপ্ৰিলত ৫ খন, ১৮ এপ্ৰিলত আন ৫ খনত আৰু ২৩ এপ্ৰিলত বাকী ৪ খনত ভোটগ্ৰহণ কৰা হ’ব৷