59
ডিজিটেল ডেস্কঃ ৰাজস্থান আৰু পঞ্জাৱত লোকসভা নিৰ্বাচনত শাসকীয় বিজেপি দলে কংগ্ৰেছৰ হাতত ধৰাশয়ী হোৱাৰ পিছত এবাৰ যোগী আদিত্য নাথৰ ৰাজ্য উত্তৰ প্ৰদেশৰ দুটাকৈ লোকসভা নিৰ্বাচনত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব৷
ইতিমধ্যে উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি, কংগ্ৰেছ আৰু এছ পি৷ ইয়াৰ মাজতে শনিবাৰে সংবাদ মেল যোগে সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ যাদৱে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে৷