60
newsnextone.com।তেজপুৰঃ শোনিতপুৰৰ বালিপৰাৰ ফুলবাৰী চাহ বাগিছাৰ ফেক্টৰীত সংঘটিত হৈছে এক অঘটন। ফেক্টৰিত কৰ্মৰত অৱস্থাত ৱেলডিং মেচিনত বিদ্যুৎপৃষ্ট হৈ এজন যুৱক নিহত হোৱাৰ লগতে আহত হয় আন এজন লোক।
বাগিচাৰ ফেক্টৰীত কৰ্মৰত জিৎ ঘোষ নামৰ শ্ৰমিকজনক এগৰাকী অভিযন্তাই এটা ৱেল্ডিং মেচিন আনিবলৈ নিৰ্দেশ দিয়াৰ পাছতে সংঘটিত হয় ঘটনাটো।