Home ৰাজ্যজাগুনত বিদ্যুত্‍স্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু

জাগুনত বিদ্যুত্‍স্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু

by News Desk
64 views
A+A-
Reset

www.newsnextone.com| লিডুঃ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীন কথাচেমা গাঁৱত যোৱা নিশা এটা বন্যহস্তী  বিদ্যুত্‍স্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ নিশা বনৰীয়া হাতীৱে কথাচেমা সংৰক্ষিত বঞ্চানলৰ পৰা খাদ্য সন্ধানত ওলাই আহোতে ওলমি থকা এডাল তীব্ৰ বিদুৎ প্ৰবাহিত তাঁৰত বিদ্যুত্‍স্পৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷

আজি পুৱাৰ ভাগত স্থানীয় ৰাইজে প্ৰথমে প্ৰত্যক্ষ কৰে মৃত হাতীটোক আৰু তাৰ পাছতে জাগুন বন কাৰ্যালয়ক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0