বিদ্যুৎস্পৃষ্ট হৈ কিশোৰৰ মৃ্ত্যু, ২৪ ঘন্টাৰ মূৰকত তদন্তৰ বাবে আহিল...

Home ৰাজ্যবিদ্যুৎস্পৃষ্ট হৈ কিশোৰৰ মৃ্ত্যু, ২৪ ঘন্টাৰ মূৰকত তদন্তৰ বাবে আহিল বিদ্যুৎ বিভাগৰ ছাৰ

বিদ্যুৎস্পৃষ্ট হৈ কিশোৰৰ মৃ্ত্যু, ২৪ ঘন্টাৰ মূৰকত তদন্তৰ বাবে আহিল বিদ্যুৎ বিভাগৰ ছাৰ

by News Desk
57 views
A+A-
Reset

ঢেকীয়াজুলিঃ ২৪ ঘন্টাৰ পিছত বিদ্যুৎ বিভাগৰ লোক আহিল বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনাৰ তদন্ত কৰিবলৈ৷ এগৰাকী ১০ বছৰীয়া কিশোৰ তথা ছাত্ৰ বিদ্যুৎস্পৃষ্ট মৃত্যু হোৱাৰ ২৪ ঘন্টা পাৰ হোৱাৰ পিছত বিদ্যুৎ বিভাগৰ লোকে সাৰ পোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷

শোণিতপুৰৰ ঢেকীয়াজুলি বিদ্যুৎ উপ-সংমণ্ডলৰ খুটাপোটাত ৮ নৱেম্বৰত মৃত্যু হৈছিল ১০ বছৰীয়া কিশোৰৰ৷ ঢেকীয়াজুলি বিদ্যুৎ উপ-সংমণ্ডলৰ বিষয়াই ৯ নৱেম্বৰত ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0