Home ৰাজ্যনামবৰ অভয়াৰণ্যত হাতীয়ে ৰাজ পথত থিয় ৰখালে যাত্ৰীবাহী বাছ, আহত চালক, প্ৰাণৰক্ষা ২৫ যাত্ৰীৰ

নামবৰ অভয়াৰণ্যত হাতীয়ে ৰাজ পথত থিয় ৰখালে যাত্ৰীবাহী বাছ, আহত চালক, প্ৰাণৰক্ষা ২৫ যাত্ৰীৰ

by News Desk
71 views
A+A-
Reset

গোলাগাটঃ ৰাজ্যৰ বিভিন্ন ঠাইত হাতী-মানুহৰ সংঘাট অব্যাহত থকাৰ মাজতে বনৰীয়া হাতীৰ আক্ৰমণৰ সন্মুখীন হ’ল এখন যাত্ৰীবাহী বাছ৷ ফলত আহত হ’ল হল যাত্ৰীবাহী বাছৰ চালক৷ গোলাঘাট জিলাৰ নামবৰ অভয়াৰণ্যত সংঘটিত হয় এই ভয়াবহ আক্ৰমণ। জানিব পৰা মতে, এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে AS-09-C-6699 নম্বৰৰ যাত্ৰীবাহী বাছ খনত।

নামবৰ অভয়াৰণ্য মাজেৰে তীব্ৰ গতিত গৈ থকা বাছ খনৰ সন্মুখত হঠাতে জংঘলৰ মাজক পৰা এটি প্ৰকাণ্ড হাতী ওলাই আহি থিয় দিয়ে৷ চালকে মৰসাহ কৰি বাছ খন ৰখাবলৈ সক্ষম হয়৷ চালকে বাছ খন ৰখোৱাৰ পিছতে হাতীটোৱে খেদা মাৰি আহি শুৰেৰে আক্ৰমম কৰে বাছ খনত৷ আক্ৰমণত বাছ খনৰ চালক বিজু ঠেঙাল গুৰুতৰভাৱে আহত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0