60
মাৰ্ঘেৰিটাঃ ৰাজ্যত আজিও অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ৷ খাদ্যৰ সন্ধানত পাহাৰ-জংঘলৰ পৰা নামি অহা হাতীৰ জাকে ৰাজ্য খনৰ কেইবা খনো জিলাত ঘৰ-দুৱাৰ, খেতি পথাৰ নষ্টি কৰি ৰাজ্য হাজাৰ হাজাৰ লোকক বিপদত পেলাই আহিছে৷
