55
শুক্লাইঃ বাক্সা জিলাৰ ৩নং ডোঙাৰ গাঁৱত বন্য হস্তীৰ কৰুণ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীৱ্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আজি পুৱা ৩নং ডোঙাৰ গাঁৱৰ বৰনদীৰ পাৰত স্থানীয় লোকে হাতীটোক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে৷
লগে লগে স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত ততাতৈয়াকৈ আহি বন বিভাগৰ লোকে মৃত মখনা হাতীটো উদ্ধাৰ কৰে৷