Home ৰাজ্যহোজাইত ডিষ্ট্ৰিক চায়েন্স চিটি এণ্ড আৰথেন জু মুকলি

হোজাইত ডিষ্ট্ৰিক চায়েন্স চিটি এণ্ড আৰথেন জু মুকলি

by News Desk
52 views
A+A-
Reset

লংকাঃ হোজাইৰ সদৰ শংকৰদেৱ নগৰত পোন প্ৰথম বাৰৰ বাবে, সৰস্বতী বিদ্যা মন্দিৰৰ ব্যৱস্থাপনাত তথা অশ্বিনী ৱেলফেয়াৰ চচাইটি হোজাই শাখাৰ উদ্যোগত বেচৰকাৰী ভাৱে ডিষ্ট্ৰিক চায়েন্স চিটি এণ্ড আৰথেন জু নামৰ এখন ৫ বছৰৰ পৰিকল্পনাৰে স্থায়ী বিজ্ঞান প্ৰদৰ্শনী শনিবাৰে মুকলি কৰা হয়৷

শংকৰদেৱ নগৰৰ অসম গ্ৰামীণ বিকাশ বেংকৰ সমীপত স্থাপন কৰা বিজ্ঞান প্ৰদৰ্শনীখন শনিবাৰে আনুষ্ঠানিক ভাৱে ফিটা কাটি মুকলি কৰে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে৷ লগতে তেওঁ এই বিজ্ঞান মেলালৈ বিধায়ক পুঁজিৰ পৰা ৫ লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ কথা কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0