Home ৰাজ্যশ’ৰাগুৰি চাপৰিত মিলিত হ’ল অসম আন্দোলনৰ সময়ৰ ছাত্ৰ নেতা

শ’ৰাগুৰি চাপৰিত মিলিত হ’ল অসম আন্দোলনৰ সময়ৰ ছাত্ৰ নেতা

by News Desk
73 views
A+A-
Reset

গৌৰীসাগৰঃ ৬ বছৰীয়া অসম আন্দোলনৰ স্মৃতি অসমীয়া জাতীয়ে কেতিয়াও পাহৰিব নোৱাৰে৷ অসমীয়াই পাহৰিব নোৱাৰে সেই স্মৃতিবোৰ৷ বিদেশী মুক্ত অসম গঢ়াৰ লক্ষ্যৰে অসমৰ ডেকাই জপিয়াই পৰিছিল এই আন্দোলনত৷ অসমীয়া ডেকাই আৰক্ষীৰ বন্দুকৰ গুলী, লাঠীৰ কোব সহ্য কৰিব লগা হৈছিল অসমী আইৰ স্বাৰ্থত৷ ৮৫৫ গৰাকী অসমৰ তেজাল যুৱক শ্বহীদ হৈছিল৷

বহু যুৱক ঘূনীয়া হৈছিল৷ ৬ বছৰীয়া স্মৃতি ৰোমন্থন কৰাৰ বাবে মহামিলনৰ ঐতিহ্যক্ষেত্র ঐতিহাসিক দিখৌমুখত মিলিত হ’ল ৮০ দশকৰ ছাত্র সংগঠনৰ নেতাসকল৷ অসম আন্দোলনত জপিয়াই পৰি নিজ মাতৃভূমিক ৰক্ষা কৰিবলৈ ওলাই অহা লুইতপৰীয়া ডেকাই অতীতৰ স্মৃতি ৰোমন্থন কৰিবলৈ দেওবাৰে শিৱসাগৰ জিলাৰ শ’ৰাগুৰি চাপৰিৰ দিখৌ দৰিকাৰ ব্রহ্মপুত্রৰ পাৰত একত্ৰিত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0