Home ৰাজ্যবিনাচৰ্তে মুকলি কৰি দিবলৈ বাধ্য হ’ল নগাঁৱৰ প্ৰাক্তন আলফাক

বিনাচৰ্তে মুকলি কৰি দিবলৈ বাধ্য হ’ল নগাঁৱৰ প্ৰাক্তন আলফাক

by News Desk
96 views
A+A-
Reset

নগাঁওঃ অৱশেষত মুকলি আকাশৰ তললৈ ওলাই অহাৰ বাট প্ৰশস্ত হ’ল ৫ প্ৰাক্তন আলফাৰ৷ ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠাত ৰাইজৰ ধৈৰ্য্যৰ বান্ধ খোলাৰ পুৰ্বে প্ৰশাসনে মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰে নগাঁও কাণ্ডত ব্যৱসায়ীৰ হাতত প্ৰহৃত প্ৰাক্তন আলফা কেইজনক৷

খিলঞ্জীয়া যৌথ মঞ্চৰ দাবী মানি লৈ প্ৰশাসনে এই সিন্ধান্ত লয়৷ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ অন্তত মুন বৰা সহ আন চাৰিজন সহযোগী ৰাতুল বৰদলৈ, নিতু বৰা, ললিত বৰা আৰু দণ্ডি ডেকাক বিনাচৰ্তে মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰশাসনে৷ প্ৰশাসনৰ এনে সিদ্ধান্তত উৎফুল্লিত প্ৰাক্তন আলফা, আলফা সমন্বয়ৰক্ষী সমিতিকে ধৰি আন জাতীয় দল-সংগঠন৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0