69
নতুন দিল্লীঃ ১৯ মে’ত সমগ্ৰ দেশতে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ অন্তিম পৰ্যায় সমাপ্ত হোৱাৰ লগে লগে দেশৰ বৈদ্যুতিন সংবাদ মাধ্যমসমূহে নিজা নিজা এগজিট প’ল সম্প্ৰচাৰ কৰিছে৷
সকলোবোৰ সংবাদ মাধ্যমৰ এগজিট প’লত প্ৰকাশ পোৱা মতে পৰৱৰ্তী চৰকাৰ অতি সহজে বিজেপি নেতৃত্বাধীন এনডিএই গঠন কৰিব৷