58
পুনেঃ লোকসভা নিৰ্বাচনীৰ পূৰ্বে দেশত আৰক্ষীৰ অনুসন্ধান অভিযান অব্যাহত আছে৷ নিৰ্বাচনত কোনো ধৰণৰ বাধা-বিঘিনি নঘটিবলৈ প্ৰশাসনে কঠোৰ ব্যৱস্থা হাতত লৈছে৷ এনেদৰে অভিযান চলাই পুনেৰ জুন্নৰৰ পিম্পলবন্দী নামৰ এলেকাত এজন লোকৰ গৃহৰপৰা মাৰাণাস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
এনেদৰে অবৈধভাৱে ঘৰত মজুত ৰখা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে ৰাজাৰাম অভংগ নামৰ লোকজনক আৰক্ষীয়ে আটক কৰে৷