80
ডিজিটেল ডেস্কঃ বিশ্বত সৰ্বাধিক জনপ্ৰিয় চছিয়েল মিডিয়া হৈছে ফেচবুক৷ কিন্তু শেহতীয়া খবৰ মতে ফেচবুকত ২০ কোটি ভুৱা একাউন্ট আছে নতুবা একো একোগৰাকী লোকৰ দুটাকৈ একাউন্ট আছে৷
তেনে দেশৰ ভিতৰত ভাৰতো আছে৷ ফেচবুকৰ জাৰি কৰা তথ্য মতে, এনে ভুৱা একাউন্টৰ সংখ্যা ১০ শতাংশ৷ ফেচবুক একাংশ লোকে সমাজত সজাগতা বৃদ্ধি, জনমত গঠন, ৰাজনৈতিক প্ৰচাৰ কৰাৰ লগতে একাংশ লোকে অনৈতিক কাৰ্যতো ব্যৱহাৰ কৰা দেখা যায়৷ সামাজিক মাধ্যম যাৰ প্ৰয়োগ গোটেই বিশ্বৰ কৰি আহিছে।