ৰাজ্যৰ শ্ৰেষ্ঠ সমবায় সমিতি হিচাবে স্বীকৃতি লাভ অসম সমবায় মৰাপাট...

Home ৰাজ্যৰাজ্যৰ শ্ৰেষ্ঠ সমবায় সমিতি হিচাবে স্বীকৃতি লাভ অসম সমবায় মৰাপাট কলৰ

ৰাজ্যৰ শ্ৰেষ্ঠ সমবায় সমিতি হিচাবে স্বীকৃতি লাভ অসম সমবায় মৰাপাট কলৰ

by News Desk
81 views
A+A-
Reset

কলিয়াবৰঃ ৰাজ্যৰ শ্ৰেষ্ট সমবায় সমিতি হিচাপে স্বীকৃতি লাভ কৰিলে অসম সমবায় মৰাপাট কলে৷ কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু সমবায় বিভাগৰ মন্ত্ৰী পুৰুষোত্তম ৰোটালাই এই স্বীকৃতি প্ৰদান কৰে অসম সমবায় মৰাপাট কলক৷   ১৯৭২ চনতে উৎপাদন আৰাম্ভ কৰা নগাঁও জিলাৰ শিলঘাটত স্থাপিত অসম সমবায় মৰাপাট কলে দেশৰ ভিতৰতে সমবায়খণ্ডত স্থাপিত একমাত্ৰ সমবায় উদ্যোগ।

বিগত কেইবাবছৰ ধৰি ৰাজ্য চৰকাৰৰ অধীনস্থ লাভজনক ৰাজহুৱা খণ্ডৰ উদ্যোগৰ তালিকাভুক্ত হ’বলৈ সক্ষম হৈ আহিছে শিলঘাটৰ এই মৰাপাট কলটিয়ে। শেহতীয়াভাৱে ৰাজ্যৰ সমবায় সমিতিসমুহৰ ভিতৰতে শ্ৰেষ্ঠতাৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে এই সমবায় সমিতিখন। বৃহস্পতিবাৰে ৰাজ্য চৰকাৰ সমবায় বিভাগৰ উদ্যোগত অয়োজিত এক অনুষ্ঠানত অসম সমবায় মৰাপাট কললৈ প্ৰদান কৰা হয় শ্ৰেষ্ঠতাৰ স্বীকৃতি।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0