গোৰেশ্বৰৰ প্ৰধান শিক্ষয়িত্ৰীলৈ ৰাষ্ট্ৰীয় কৃতী শিক্ষয়িত্ৰীৰ বঁটা

Home ৰাজ্যগোৰেশ্বৰৰ প্ৰধান শিক্ষয়িত্ৰীলৈ ৰাষ্ট্ৰীয় কৃতী শিক্ষয়িত্ৰীৰ বঁটা

গোৰেশ্বৰৰ প্ৰধান শিক্ষয়িত্ৰীলৈ ৰাষ্ট্ৰীয় কৃতী শিক্ষয়িত্ৰীৰ বঁটা

by News Desk
68 views
A+A-
Reset

গোৰেশ্বৰঃ ৫ চেপ্তেম্বৰৰ শিক্ষক দিৱসৰ প্ৰাক মুহূৰ্তত বাগসা জিলাৰ গোৰেশ্বৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ১৪৬ নং সৰুফুলচ’কী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গোলাপলতা গোস্বামীক বাচনি কৰা হৈছে ৰাষ্ট্ৰীয় কৃতী শিক্ষয়িত্ৰী বঁটাৰ বাবে।

অহা ৫ চেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই প্ৰদান কৰিব এই বটাঁ। ১৯৭৮ চনত কামৰূপ জিলাৰ সোনাৰীশাল গোপালদেৱ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা জীৱন আৰম্ভ কৰা গোস্বামীয়ে ১৯৮৬ চনৰ পৰা সৰুফুলচ’কী নিম্ন বুনিয়াদী বিদ্যালয়ত যোগদান কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0