60
ডিজিটেল ডেস্কঃ উজু ঋণ কাকনো নালাগে। কিন্তু সেই উজু ঋণৰ বাবে যদি নিজৰ নগ্ন ফটো বিচাৰে? তাতকৈ ঘৃণনীয় আন কিবা প্ৰস্তাৱ হ’ব পাৰেনে? এনেই এটা ভুৱা প্ৰতিষ্ঠানত ৮ জুনৰ নিশা তালাচী চলাই উৎখাত কৰিবলৈ সক্ষম হৈছে থানে আৰক্ষী।
মুম্বাই চহৰৰ থানে আৰক্ষীৰ অপৰাধ শাখাই চলোৱা এই অভিযানত অম্বৰনাথৰ আনন্দ নগৰ এলেকাস্থিত এই বৃহৎ বিপিঅ’টো উৎখাত কৰিবলৈ সক্ষম হয়।