Home ৰাজ্যমোবাইলৰ বিনিময়ত পৰীক্ষা, ভুৱা পৰীক্ষাৰ্থীক আটক

মোবাইলৰ বিনিময়ত পৰীক্ষা, ভুৱা পৰীক্ষাৰ্থীক আটক

by News Desk
72 views
A+A-
Reset

কোকিলা/তেজপুৰঃ এটি মোবাইল ফোনৰ লোভত আনৰ হৈ পৰীক্ষা দিবলৈ আহি জেলৰ ভাত খালে মণিৰুল ইছলাম নামৰ যুৱক এজনে৷ বঙাইগাঁৱৰ মাণিকপুৰত আনৰ হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবলৈ আহি আৰক্ষীৰ জালত পৰে মণিৰুল ইছলাম নামৰ এজন যুৱক।

ছফিকুল নামৰ এগৰাকী পৰীক্ষাৰ্থীৰ হৈ পৰীক্ষা দিবলৈ আহিছিল মণিৰুল ইছলামে। ৰূপজ্যোতি হাইস্কুলৰ ৰোল-১৭০০৬, নং-০৩২৪ নম্বৰৰ ছাত্ৰ আছিল ছফিকুল। নিৰীক্ষকৰ সন্দেহ ওপজাত পৰীক্ষাৰ্থীজনক জেৰা কৰাত ভুৱা পৰীক্ষাৰ্থী বুলি স্বীকাৰ কৰে মণিৰুল ইছলামে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0