62
ৰঙিয়াঃ ডকাইত ধৰিবলৈ গৈ বিমোৰত পৰিল ৰঙিয়া আৰক্ষী৷ বেংকৰ এজেন্টৰ টকা লুটি নিয়াৰ অভিযুক্তৰ সন্ধানত বুধবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে কছাৰী শৌলমাৰী ব্যাপক অভিযান চলাইছিল৷
ৰঙিয়া কছাৰী শৌলমাৰী গাঁৱৰ কৰিম আলী নামৰ এজন যুৱকক আটক কৰাৰ পিছত কৰিমৰ ভাষ্যৰ ভিত্তিত একেখন গাঁৱৰে খাইৰুল ইছলাম নামৰ আন এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়৷