Home দেশকৃষকৰ ভোট, উদ্যোগপতিক চৰকাৰৰ খমখমীয়া নোট, কিয় পঢ়ক এই বাতৰি

কৃষকৰ ভোট, উদ্যোগপতিক চৰকাৰৰ খমখমীয়া নোট, কিয় পঢ়ক এই বাতৰি

by News Desk
60 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলে দেশৰ দূুটা বৃহৎ সমস্যা মূল্য বৃদ্ধি ৰোধ আৰু দুৰ্নীতি নিৰ্মূলকৰাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ আহিবলৈ সক্ষম হৈছিল৷ ইয়াৰোপৰি কৃষকক ৫০ শতাংশ ৰাজহ দিয়াৰ প্ৰতিশ্ৰুতি ঘোষণাৰ জৰিয়তে কৃষকৰ পৰা অধিকসংখ্যক ভোট আদায় কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল বিজেপি চৰকাৰে৷

চৰকাৰ গঠন হোৱাৰ পাছত কৃষকসকলৰ মুখলৈ হাঁহি আহিছিল- দুৰ্নীতি ৰোধ হৈ ভাল দিন অহাৰ আশাত৷ তেওঁলোকে ভাবিছিল-চৰকাৰী কাৰ্যালয়ত-কাছাৰীত টকা নিদিলে যিবিলাক কাম সমাধান নহৈছিল, সেইবোৰ এতিয়াৰ পৰা বিনা পইচাৰে হৈ যাব৷ তেওঁলোকে ভাবিছিল এতিয়াৰ পৰা পেট্ৰল, ডিজেল, ৰাসায়নিক দ্ৰব্য, ঔষধ-পাতিৰ লগতে খেতিৰ উপযোগী সা-সামগ্ৰী আৰু সাধাৰণ জীৱনৰ বাবে অতি প্ৰয়োজনীয় বস্তুসমূহৰ দাম কমিব৷ কিন্তু কাৰ্যতঃ বৰ্তমানলৈকে একো নহ’ল৷ কৃষকসকলে নিৰ্বাচনৰ আগলৈকে বুজিব পৰা নাছিল যে মূল্যবৃদ্ধি মানে কি? কৃষকসকলে ভাবি লৈছিল যে দেশত কেৱল খেতিৰ দ্বাৰা উৎপাদিত যেনে চাউল, আলু, দাইল, পিঁয়াজ, শাক-পাচলি, ঘেঁহু, গাখীৰ ইত্যাদি সামগ্ৰীসমূহৰ দাম বঢ়োৱা টোৱেই মূল্যবৃদ্ধি৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0